সোণাৰিত কবিতাৰ অনুষ্ঠান সম্পন্নচ

জিলাৰ সোণাৰি সমলয় গোষ্ঠীৰ সভাকক্ষত কবিতাৰ মহাসন্মিলন চৰাইদেউ জিলা সমিতিৰ উদ্যোগত "শৰতৰ দুবৰিত কবিতাৰ আবেলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । অনুস্থানটিৰ সঞ্চালনা কৰে অবসৰ প্ৰাপ্ত শিক্ষক মনি গগৈয়ে । অনুষ্ঠানত উপস্থিত থাকে কবিতাৰ মহাসন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুকুত শৰ্মা  উপস্থিত থাকে । উক্ত অনুস্থানতে আগন্তক কবিতাৰ মহাসন্মিলনৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় সমিতিৰ অধিবেশনখন অনুস্থিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হয় । অনুস্থানত কেইবা গৰাকীও বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰে ।