নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয় প্ৰাংগনত আজি নলবাৰী জিলা মানসিক ৰোগ স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত এটি মানসিক ৰোগ প্ৰতিকাৰ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়৷শিবিৰত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডা° নিপূল মহন্তই অংশগ্ৰহণ কৰি মানসিক ৰোগী সকলে সাধাৰণ ৰাইজে কৰিব লগা ব্যৱহাৰ তথা তেওঁলোকৰ চিকিৎসা সম্পৰ্কে বিশ্লেষণ কৰে৷অনুষ্ঠানত মানসিক ৰোগ সম্পৰ্কৰ বিশেষ সামাজিক কৰ্মী মমী দেৱী,সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাই সহযোগ কৰাৰ লগতে চিকিৎসালয় খনৰ অধীনস্থ সকলো আশা কৰ্মী তথা কৰ্মৰত স্বাস্থ্য কৰ্মী সকলে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતની ધાનેરા,જસદણ,સલાયા,ખેડા,મહેમદાબાદ,બોરિયાવી,ગોધરા નગરપાલિકાઓના વિજ જોડાણ કપાયા..
દેશમાં સૌથી વધુ સમૃદ્ધ અને મોડેલ સ્ટેટ ગણાતા ગુજરાતની એક બાદ એક નગર પાલિકાઓ દેવાળું ફૂંકી રહી છે...
ৰহা মীন মহাবিদ্যালয়ত ২০নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব মীন দিৱস ৰ ব্যাপক প্ৰস্তুতি।মীন মহাবিদ্যালয় কৰ্তৃপক্ষ ৰ সংবাদ মেল।অনুষ্ঠীত হব মৎস্য মেলা আৰু মৎস্য ব্যঞ্জন প্ৰতিযোগিতা।
অসম কৃষি বিশ্ববিদ্যালয় অধীনস্থ ৰহা মীন মহাবিদ্যালয় ত অহা ২০ নবেম্বৰ ৰ পৰা দুদিনীয়া বিস্তৃত...
मोदी ने मांगी भजनलाल से हार की रिपोर्ट,मुलाकात क बाद हुई तमाम विषयों पर चर्चा
लोकसभा चुनाव परिणाम के बाद पहली बार राजस्थान के सीएम भजनलाल शर्मा पीएम मोदी से मिलने दिल्ली...
মৰাণৰ লাচিত নগৰত পথ দুৰ্ঘটনা, কথমপি পাণ ৰক্ষা যাত্ৰীৰ
মৰাণৰ লাচিত নগৰত পথ দুৰ্ঘটনা, কথমপি পাণ ৰক্ষা যাত্ৰীৰ