লখিমপুৰৰ লালুকত বৃহৎ সংখ্যক গাঞ্জা উদ্ধাৰ। পুনৰ বাৰ লালুক আৰক্ষীৰ আন এক সফলতা। আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাৰ লগতে উপ পৰিদৰ্শক নাচিৰ উদ্দীন খানে চলাই এই অভিযান। গোপন সূত্ৰৰ পম খেদি লালুক বাছষ্টেণ্ডত চিকিমৰ পঞ্জীয়নকৃত SK 08 P 0727 চুইফট গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে প্ৰায় ৩৮ কেজি গাঞ্জা সহ কেইবাটাও মোবাইল ফোন। নাৰায়ণপুৰ কিনাপথাৰৰ ৰাজু দেউৰী আৰু বিহপুৰীয়া কাচিকটাৰ দীপক শ্ৰী বাস্তৱ নাম দুই গাঞ্জা মাফিয়া আটক । নাৰায়ণপুৰ বিহপুৰীয়াৰ পৰা লালুক অভিমুখে আহি থকা অৱস্থাত আটক দুই গঞ্জা মাফিয়া। সম্প্ৰতি লালুক আৰক্ষীয়ে দুই গঞ্জা মাফিয়াক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lebanon pager attack: कभी Communication के लिए इस्तेमाल होने वाला पेजर कैसे बना बम? (BBC Hindi)
Lebanon pager attack: कभी Communication के लिए इस्तेमाल होने वाला पेजर कैसे बना बम? (BBC Hindi)
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
বিশিষ্ট সাহিত্যক দিগন্ত বিশ্ব শৰ্মালৈ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদান
ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান
আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অসমৰ প্ৰথম গৰাকী ড°...
China के दौरे पर America विदेश मंत्री, क्या दोनों देशों के रिश्तों में होगा सुधार?
China के दौरे पर America विदेश मंत्री, क्या दोनों देशों के रिश्तों में होगा सुधार?