তেজস্বিতাক মৃত্যুক লৈ মাজুলী উপায়ুক্তৰ মন্তব্যজিলা উপায়ুক্ত পুলক মহন্তই চিকিৎসক সকলৰ হৈয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় তেজস্বিতাই চিকিৎসা নোপোৱাকৈ থকা নাছিল ৷

চিকিৎসকে তাইক আৰোগ্য কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল , অস্কিজেনৰ অভাৱত তেজস্বিতাৰ মৃত্যু হোৱা নাছিল বুলি মন্তব্য জিলা উপায়ুক্ত পুলক মহন্তৰ ৷

উল্লেখ্য যে মাজুলী জিলা প্ৰশাসনে এই কৰোন মৃত্যুক লৈ ইতিমধ্যে তদন্ত ঘোষনা কৰিছে যদিও এয়া কেৱল নিয়মমাফিক আৰু উপায়ুক্তৰ মন্তব্যতেই এই তদন্ত যে বুমেৰাং হব সেয়া উলাই পৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে