দেশৰ অন্যান্য প্ৰান্তৰ লগতে খাৰুপেটীয়াতো উলহ মালহেৰে দেবী দূৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়