অন্যান্য প্ৰান্তৰ লগতে আজি সোণাৰিতো দেৱী বিসৰ্জন দিয়া হয়। সোণাৰিৰ টাওকাক নদীত নিৰ্ধাৰণ কৰা বিসৰ্জন স্থলীত সোণাৰি নগৰৰ প্ৰায় ১৯ খন দুৰ্গা পূজা সমিতিয়ে দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়ে। দুপৰীয়াৰপৰাই পূজা সমিতি সমূহে দেৱী প্ৰতিমা লৈ সোণাৰি নগৰত পৰিভ্ৰমণ কৰাৰ অন্তত আবেলি বিসৰ্জন দিয়ে দেৱী প্ৰতিমা। আনহাতে চৰাইদেউ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা বিসৰ্জন স্থলীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ সকলোকে সহযোগ কৰা পৰিলক্ষিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market Rally | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | Kamai Ka Adda
Share Market Rally | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | Kamai Ka Adda
हनुमान नगर येथील सिमेंट रस्त्याच्या कामाला अखेर सुरुवात
हनुमान नगर येथील सिमेंट रस्त्याच्या कामाला अखेर सुरुवात
જન્મદિવસ ની ઉજવણી નિમિત્તે મોદજ પ્રાથમિક શાળા મા પેન, ચોપડા નું વિતરણ....
જન્મદિવસ ની ઉજવણી શાળાના બાળકો સાથે...
આજ રોજ વિપુલસિંહ હરીસિંહ ચૌહાણે તેમના જન્મદિન નિમિત્તે...