বিহু বিকৃতকৰণক লৈ সৰৱ বিহু সুৰক্ষা সমিতি অসম

বিহুক বিকৃতকৰণৰ জৰিয়তে অসমীয়া জাতিক নিশেষ কৰাৰ পৰিকল্পনা আশংকাতস ৰৱ হৈ উঠিছে বিহু সুৰক্ষা সমিতি অসম।

বিহুক সুৰক্ষিত কৰাৰ স্বাৰ্থত চেন্সৰ ব'ৰ্ড গঠনৰ পোষকতা বিহু সুৰক্ষা সমিতি অসমৰ প্ৰধান সম্পাদক পবিত্ৰ মহন ফুকনৰ।