লখিমপুৰ জিলাৰ পথালিপাহাৰত নৱমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হয়। চকুৰ সন্মুখতে পিতৃৰ মৃত্যু,আঘাতপ্ৰাপ্ত মাতৃক লৈ কনমানি পুত্ৰৰ কান্দোন। অ' মা নাকান্দিবা.... । পিতৃৰ মৃত্যুৰ পিছত মাতৃক সান্তনা পুত্রৰ। মহানৱমীৰ পূজা উপভোগ কৰিবলৈ আহিছিল লখিমপুৰৰ বান্দৰদেৱালৈ পিতৃ,মাতৃ আৰু কনমানি পুত্ৰ আহিছিল এখন স্কুতিত কিন্তু তেওলোকৰ পূজা চোৱা নহ'ল। পত্নী আৰু কনমানি পুত্ৰক এৰি থৈ গুচি গ'ল বিহপুৰীয়াৰ কেঞামৰাৰ স্বপন বিশ্বাস নামৰ ব্যক্তি জন। পথালিপাহাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ খুন্দাত থিতাতে নিহত হল স্বপন বিশ্বাস। স্বপন বিশ্বাসৰ পত্নী আৰু কনমানি পুত্ৰক চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાયલાના પીએસઆઇ વી.એન.જાડેજાની બદલી રોકાવા સાયલાના આગેવાનો ગામલોકો સાથે ડીએસપી કચેરી દોડી આવ્યા
સુરેન્દ્રનગર જિલ્લાના સાયલાના પીએસઆઇ વી.એન.જાડેજાની બદલી રોકાવા સાયલાના આગેવાનો ગામલોકો સાથે...
नई दिल्ली के विज्ञान भवन में बरफुकन की 400वीं जन्मजयंती समारोह
महावीर लाचीत बारफुकन की 400वीं जन्मजयंती के अवसर पर आज नई दिल्ली के विज्ञान विभाग में आयोजीत...
12 वर्षीय छात्र की दर्दनाक मौत सड़क दुर्घटना में
जनपद आजमगढ़ के थाना अतरौलिया में,12वर्षीय छात्र की दर्दनाक मौंत सड़क दुर्घटना में।मालूम होकि जनपद...