আজি মহাঅষ্টমীৰ পুৱা বিশ্বৰ বুকুৰ পৰা হিংসা - দ্বেষ - কপটতা বিনাশ কামনাৰ্থে কেবিনেট মন্ত্ৰী অতুল বৰাই গোলাঘাটৰ বেঙেনাখোৱা, চিনাতলী-কছাৰীহাট, আঠগাঁও চাৰিআলি, শালিকীহাট, কোটোহাগুৰি দেৱালয়, দেৰগাঁও বাপুজী মন্দিৰ সাৰ্বজনীন দুৰ্গাপূজাস্থলী দৰ্শন কৰি দেৱীমাৰ শ্ৰীচৰণত সেৱা জনায়।