শিমলুগুৰি আৰক্ষী থানাৰ চৌহদত এটি শিৱ মন্দিৰ উদ্বোধন কৰা হয় । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য বৰাৰ প্ৰচেষ্টাত নিৰ্মিত মন্দিৰটি মুকলি কৰে ।