এজাক বৰষুণ এ BJP নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভা ৰ উন্নয়ন ৰ ফাফুলা চৰিত্ৰ দেখাই দিছে ।আজি পুৱা হোৱা এজাক বৰষুণ ত নগৰ ৰ মাজে দি যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ ক বুৰাই দিছে । ৰাষ্ট্ৰীয় ঘাই পথ ৰ ওপৰত ৩-৪ ফুট পানী জমা হৈ সমুদ্ৰ সাদৃশ্য পৰিস্থিতি হৈছে । নগৰ ৰ বেছি ভাগ মানুহৰ ঘৰ পানী ত বুৰ গৈছে । নালা নৰ্মাদা চাফা নকৰা আৰু Out Let নিৰ্মান ত গুৰুতৰ নিদিয়া কাৰণে নগৰ ত কৃত্ৰিম বান পৰিস্থিতি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વેજલપુર ખાતે ગેરકાયદેસર રીતે સ્ક્રીનીંગ મશીન લગાવતા દવાખાના મા આરોગ્ય વિભાગ ની તપાસ
કાલોલ તાલુકાના વેજલપુર ખાતે આવેલા દવાખાનામાં કાચ મા જોવાની સગવડ છે એવા બોર્ડ લગાવી દર્દીઓની...
'रूस यूक्रेन पर बातचीत के लिए तैयार है', ट्रम्प द्वारा युद्धविराम आह्वान के बाद बोले दिमित्री पेसकोव
अमेरिका के नवनिर्वाचित राष्ट्रपति डोनाल्ड ट्रम्प द्वारा यूक्रेन में तत्काल युद्धविराम का आह्वान...
કઇ હોસ્પિટલ વિરુદ્ધ કરાઈ કાર્યવાહી કોની વિરુદ્ધ થઈ ફરિયાદ
ખેડબ્રહ્મામાં ઓર્થોપેડિક હિસ્પિટલ વિરુદ્ધ કાર્યવાહી
ખેડબ્રહ્મા
ખેડબ્રહ્મા ગામ...
ડીસામા ઈસુ ખ્રિસ્તના જન્મદિવસ નાતાલ પર્વની ઉજવણી
ડીસામા ઈસુ ખ્રિસ્તના જન્મદિવસ નાતાલ પર્વની ઉજવણી