ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীত অনুষ্ঠিত T 20 মেচত ভাৰতে নিৰ্ধাৰিত 20 অ'ভাৰত  প্ৰথমে বেট ধৰি তিনি উইকেটৰ বিনিময়ত 237ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত 238 ৰানৰ লক্ষ্য বান্ধি দিয়ে।

ভাৰতৰ বেটিং স্কৰ-237/20/3

PC- The Indian Express