আজি মহাসপ্তমী গোলাঘাট নগৰৰ বিভিন্ন পূজা মণ্ডপত দেখাগল অগণন ভক্তৰ সমাগম

 ৰাজ্যৰ আন প্ৰান্তৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী দিনা গোলাঘাট নগৰৰ বিভিন্ন পূজা মণ্ডপত স্থাপন কৰা দেৱী দুৰ্গাৰ লগতে অন্য দেৱ দেৱীক ধূপ দ্বীপ নৈবদ্য অৰ্পন কৰি মঙ্গলৰ কামনা কৰিলে ভক্ত সকলে।

উল্লেযোগ্য যে যোৱা দুটা বছৰ অতিমাৰী কোভিডৰ বাবে প্ৰশাসনিক নিৰ্দেশনা অনুসৰি ৰাইজে অনুষ্টোপিয়াকৈ উদ্যাপন কৰিছিল শাৰদীয় দুৰ্গোৎসৱ কিন্তু বৰ্তমান কোভিড সংক্ৰমণ নিৰ্মূল হয় অহাত আনন্দ উল্লাসেৰে এইবাৰ উদ্যাপন কৰিছে দুৰ্গোৎসৱ।