গোলাঘাট ৰ মুৰফুলনীত ৬৮তম্ বণ্যপ্ৰানী সপ্তাহ উদ্ যাপন। 

সমগ্ৰ অসমত ১অক্টোবৰ পৰা ৭ অক্টোবৰলৈ বন বিভাগে বণ্যপ্ৰানী সপ্তাহ পালন কৰি আহিছে।

গোলাঘাট জিলা বন স‍ংমণ্ডল ৰ সৌজ্যনত গোলাঘাট ৰ মূৰফূলনী অসমী উচ্চ মাধ্যমিক বিদ্যালয়ত বণ্যপ্ৰানী সপ্তাহ ৰ শুভাৰম্ভ কৰে । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে । গোলাঘাট জিলা বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া উপস্থিত থাকে।

বণ্যপ্ৰানী সূৰক্ষাৰ আৰু সংৰক্ষণৰ বিভিন্ন দিশ সমুহ আলোকপাত কৰে বিষয়া গৰাকীয়ে।