ʼস্বচ্ছ সৰ্বেক্ষণ ২০২২'ত ২৫০০০ হাজাৰৰ পৰা ৫০০০০ জনসংখ্যাৰ পৌৰ এলেকাৰ ভিতৰত গোলাঘাট পৌৰসভাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 'শ্ৰেষ্ঠ উদ্ভাৱনী অনুশীলন'ৰ সন্মান লাভ কৰিছে।

নতুন দিল্লীত শনিবাৰে এই বঁটা গ্ৰহণ কৰে গোলাঘাট পৌৰ সভাৰ প্ৰতিনিধিয়ে।