জিলা দিৱস উপলক্ষে তিনিচুকীয়াৰ থানা চাৰিআলিত অংকন কৰা দেৱালৰ উন্মোচন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ লগতে জিলা উপায়ুক্ত নৰ্ছিং পৱাৰে ৷