"মৰিগাঁও মোৰ সপোন মৰিগাঁও মোৰ আপোন" এই মন্ত্ৰৰে অহা ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হব মৰিগাঁও জিলা দিৱস। ১৯৮৯ চনৰ ১৪ অক্টোবৰত জিলা হিচাপে ঘোষণা কৰা মৰিগাঁও জিলাই ৩৩ বছৰ সম্পূৰ্ণ কৰি ৩৪ বছৰত ভৰি দিব । সেই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনে জিলাবাসীৰ সহযোগত বিস্তৃত ৰূপত জিলা দিৱসটি পালনৰ কাৰ্যসূচী হাতত লৈছে । জিলাখনৰ গৌৰৱগাঁথাৰ অতীত ৰোমন্থন আৰু সৰ্বদিশতে বিকাশৰ পৰিকাঠামো নিৰ্মাণৰ পৰিকল্পনাৰে অনুষ্ঠিত হব লগা জিলা দিৱসৰ কাৰ্যসূচীত সাস্কৃতিক শোভাযাত্ৰা, গ্ৰন্থমেলা, থলুৱা খাদ্যমেলা, প্ৰদৰ্শনী, যুবছাত্ৰ সমাৰোহ, জাতি জনগোষ্ঠীৰ নৃত্য গীত, আদিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বস্তুক সামৰি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
9 ઈસમો નો પરિવાર પર હુમલો સમગ્ર ઘટનાં cctv માં થઈ કેદ...
બનાસકાંઠા જિલ્લાના અમીરગઢ ખાતે બની ઘટના..
અમીરગઢ મા 9 ઈસમો નો પરિવાર પર હુમલો cctv મા કેદ...
Bihar BPSC Protest: BPSC अभ्यर्थियों के हीरो की जगह विलेन बन गए Prashant Kishore! | Aaj Tak
Bihar BPSC Protest: BPSC अभ्यर्थियों के हीरो की जगह विलेन बन गए Prashant Kishore! | Aaj Tak
હિન્દુ ભાઈ દ્વારા મુસ્લિમ બહેન ને 51000 નું મામરું આપી કોમી એકતા ની મિસાલ પુરી પાડી
ખેડા ઠાસરા
ઠાસરા તાલુકાના ખડ ગોધરા માં કોમી એકતા ની મિસાલ હિન્દૂ ભાઈ એ મુસ્લિમ...
राजस्थान में बड़ा प्रशासनिक फेरबदल, 22 IAS अफसर का ट्रांसफर; 58 IPS के भी तबादले
राजस्थान में रविवार को बड़ा प्रशासनिक फेरबदल किया गया है. प्रदेशभर में कुल 22 आईएएस अधिकारियों के...