সমাগত শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত চাহ বাগিচাসমূহত নিশা চিনেমা প্ৰদৰ্শন বন্ধ কৰাৰ দাবী জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই৷ এই সম্পৰ্কত আজি সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে এখন স্মাৰকপত্ৰ ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে৷ ‘আছা’ৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শিৱ কুৰ্মী আৰু সাধাৰণ সম্পাদক মনোজ উৰাঙৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত চাহ বাগিচা অঞ্চলত চিনেমা প্ৰদৰ্শন সংস্কৃতিক আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি আহিছে৷ যিহেতু চাহ বাগিচাৰ চিনেমা প্ৰদৰ্শনস্থলীত মদ আৰু জুৱাৰ আড্ডা গঢ়ি উঠাৰ ফলত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়৷ ফলত কেইবাদিন ধৰি বাগিচা অঞ্চলত শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰে৷ বাগিচা অঞ্চলত চিনেমা প্ৰদৰ্শনৰ নামত সৃষ্টি হোৱা এই অপ-সংস্কৃতি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে যিসকল উদ্যোক্তাক জিলা প্ৰশাসনে চিনেমা প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে সেই অনুমতি অতি শীঘ্ৰে বাতিল কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰশাসনক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજ્યમાં પાણી જ પાણી! સિઝનનો 100% વરસાદ, કેટલાક વિસ્તારોમાં ફરી વરસાદ પડશે
રાજ્યમાં સિઝનના સરેરાશ વરસાદના 100 ટકા વરસાદ નોંધાયો છે. બુધવારે સાંજ સુધીમાં રાજ્યના 93...
વડોદરા શહેરના વોર્ડ નંબર 17 વિસ્તારમાં વિવિધ વિકાસલક્ષી કામોનું ખાતમુરત કરવામાં આવ્યું
વડોદરા શહેરના વોર્ડ નંબર 17 વિસ્તારમાં વિવિધ વિકાસલક્ષી કામોનું ખાતમુરત કરવામાં આવ્યું
શહેરા તાલુકા શિક્ષણ પરિવાર આયોજિત T-10 ટીચર્સ ક્રિકેટ લીગ ફાઇનલ મેચ ખાંડીયા મુકામે રમાઈ
શહેરા તાલુકા શિક્ષણ પરિવાર આયોજિત T-10 ટીચર્સ ક્રિકેટ લીગ ફાઇનલ મેચ ખાંડીયા મુકામે રમાઈ
ફિટ...
લ્યો હવે,આ નવરાત્રીમાં GST ચૂકવો અને એય તમ તમારે નિરાત્યે ગરબા રમો !!ગરબાના પાસ પર 18 ટકા જીએસટી લાગુ
આ વખતે નવરાત્રી ઉપર ગરબા રમવા માટે પ્રોફેશનલ આયોજકોએ જીએસટી ચુકવવો પડશે, અલબત્ત ગરબા પર ટેક્સથી...