এক বিশেষ দলীয় কাৰ্যসূচী লৈ আজি পুৱাই
সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰত উপস্থিত হয়হি অসম চৰকাৰৰ বিত্তমন্ত্রী অজন্তা নেওঁগ। উল্লেখ্য যে অহা ৮ আৰু ৯ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব দেশৰ গৃহমন্ত্রী অমিত শ্বাহ। গৃহমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণ সম্পৰ্কে দলীয় কৰ্মীৰ লগত মতবিনিময় আৰু সভালৈ নিমন্ত্রণ কৰিবলৈ উপস্থিত হয়হি মন্ত্রী গৰাকী। লগতে গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা খেলপথাৰত অহা ৮ অক্টোৱৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সম্বোধন কৰিবলগীয়া বিশাল দলীয় বৈঠকত সৰুপথাৰ সমষ্টিৰ ছাৰিওটা মণ্ডলৰ সকলো স্তৰৰ কাৰ্যকতা সকলৰ উপস্থিত সৰ্ম্পকে এক আলোচনাতো মিলিত হয় মন্ত্ৰী গৰাকী।
ইপিনে বৰপথাৰত উপস্থিত হৈ সাংবাদিকৰে হোৱা মত বিনিময়ত এগৰাকী বিধায়কৰ সদিচ্ছাৰ ওপৰতে সমষ্টিৰ উন্নয়ণ নিৰ্ভৰ কৰে বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে।
লগতে ৰাজ্য খনৰ পথ উন্নয়ণৰ বাবে ১০,০০০.০০ ( দহ হাজাৰ) কোটিৰো অধিক টকা বাজেটত ধায্য কৰা হৈছে বুলিও বিত্তমন্ত্রী গৰাকীয়ে প্ৰকাশ কৰে। তাৰোপৰি মুখ্যমন্ত্রীৰ পথ পকীকৰণ আঁচনি, মুখ্যমন্ত্রীৰ পথ নবীকৰণ আঁচনি, মুখ্যমন্ত্রীৰ দলং পকীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্য খনৰ প্ৰতিটো সমষ্টিতে বাট-পথ আৰু পকী দলং নির্মাণ হোৱাৰ কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DO THIS DAILY If You Struggle to Breathe While Running
DO THIS DAILY If You Struggle to Breathe While Running
Sharad Pawar On ED : ‘चौकशी करण्याला माझी ना नाही, मी घाबरतही नाही, पण माझी एक अट...’|Jitendra Awhad
Sharad Pawar On ED : ‘चौकशी करण्याला माझी ना नाही, मी घाबरतही नाही, पण माझी एक...
तिरुपति बालाजी के दर्शन करने का मौका चूक न जाना,बस यह करना है
रेलवे प्रशासन की ओर से सीजन में यात्रियों की सुविधा एवं अतिरिक्त यात्रीभार को कम करने के उद्देश्य...
Sunny Deol के बेटे Rajveer Deol की Debut Movie 'Dono' Release, Screening में लगा सितारों का मेला
Sunny Deol के बेटे Rajveer Deol की Debut Movie 'Dono' Release, Screening में लगा सितारों का मेला