দৰঙৰ অন্যতম ধৰ্ম-সংষ্কৃতিৰ প্ৰাণকেন্দ্ৰ খটৰা সত্ৰত স্থাপন হোৱা খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়ৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । সেই উপলক্ষে এখন শৈক্ষিক তথা মুকলি সভা অনুষ্ঠিত হয়। খটৰা সত্ৰ স্নাতক মহাবিদালয় পৰিচালনা সমিতিৰ সম্পাদক মিলন চন্দ্ৰ কলিতাই আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে খটৰা সত্ৰ স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই । গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সুৰেশ কুমাৰ নাথ,টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ বৰুৱা, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পৰেশ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰুন আজাদ ডেকা, ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপালী বৰুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে। দ্বিশতাধিক বিশিষ্ট ব্যক্তি,ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই খটৰা সত্ৰ সাহিত্য শাখাৰ সম্পাদক কমলা কান্ত ডেকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
5-5 लाख के ऊंट आए तिलवाड़ा पशु मेले में, प्रतियोगिता में भाग लिया ...
5-5 लाख के ऊंट आए तिलवाड़ा पशु मेले में, प्रतियोगिता में भाग लिया ...
दो नए कलर में पेश हुआ Samsung का 8GB रैम वाला ये फोन, भारत में लॉन्च हुआ स्पेशल एडिशन
Samsung Galaxy S23 FE Launched In New Colour सैमसंग के फोन को लेकर भारतीयों में एक अलग ही क्रेज...
દાહોદ પ્રાંત અધિકારી તેમજ તેમની સાથે દાહોદ મામલતદારની એક સાથે બદલી કરવામાં આવી
દાહોદ શહેરમાં નકલી એનએ પ્રકરણ ખુબ ચર્ચાઓમાં રહેવા પામ્યું છે, ત્યારે આવા સમયે રાતોરાત દાહોદ...
Tu kaun hai? पूछ Harsh Varrdhan Kapoor ने David Beckham की फोटो पर Troll से खेल लिया | Social List
Tu kaun hai? पूछ Harsh Varrdhan Kapoor ने David Beckham की फोटो पर Troll से खेल लिया | Social List
1199 रुपये में 365 दिन की वैलिडिटी, सालभर के लिए कॉलिंग और डेटा के साथ मिलेगा बहुत कुछ
BSNL ने अफोर्डेबल प्लान पेश करने के सिलसिले को जारी रखते हुए एक ऐसा प्लान पेश किया है। जिसमें...