মঙ্গলদৈ : ২৯/০৯/২০২২-# ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে চৰকাৰ আৰু বেংকৰ যৌথ উদ্যোগত পৰিচালিত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আৰছেটি সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ আগ্ৰহী যুৱক-যুৱতীয়ে স্বনিয়োজনৰ বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে স্বাবলম্বী হিচাপে গঢ়ি তুলিব পাৰে। কৃষি আৰু আনুসংগিক কাৰ্যসমূহৰ অন্যতম হৈছে মীন পালন।আৰছেটি দৰং ১নং বেজপাৰা স্হিত নিজা প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ১৬ চেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ১০ দিনীয়া মীন পালনৰ প্ৰশিক্ষণ ২৭ চেপ্তেম্বৰত সামৰণি পৰে। উক্ত প্ৰশিক্ষণত জিলাখনৰ ভিন্ন প্ৰান্তৰ ১৫জন প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰি সফলতাৰে উত্তীৰ্ণ হয়।প্ৰশিক্ষণৰ কালছোৱাত জিলাৰ মীন বিভাগৰ সমলব্যক্তিসকলে মীন পালনৰ বিজ্ঞান সন্মত দিশ সমূহ অৱগত কৰে। ইয়াৰোপৰি উপহুপাৰাৰ চৰকাৰী মীন পোনা উৎপাদন পামলৈ গৈ প্ৰশিক্ষাৰ্থীসকলে ক্ষেত্ৰ অধ্যয়ন কৰে। কৰ্তৃপক্ষই প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰি প্ৰশিক্ষাৰ্থীসকলে জিলাখনৰ মৎস্য ক্ষেত্ৰখনত অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Eknath Shinde : याकूब मेमन कबर प्रकरणावरून Uddhav Thackeray यांना काय ऐकवलं?| Shiv Sena
Eknath Shinde : याकूब मेमन कबर प्रकरणावरून Uddhav Thackeray यांना काय ऐकवलं?| Shiv Sena
Satish Kaushik death: ‘Won’t cooperate until investigating officer is changed,' says farmhouse owner Vikas Malu's wife
Vikas Malu's wife has levelled serious accusations against her husband. She alleged that actor...
FD Rate Hike: इस सरकारी बैंक ने ब्याज दरों में किया इजाफा, 555 दिनों की एफडी पर मिल रहा तगड़ा मुनाफा
नई दिल्ली, बिजनेस डेस्क। सार्वजनिक क्षेत्र के पंजाब और सिंध बैंक की ओर से दो करोड़ रुपये से...