নুমলীগড়ত পুনৰ হাতীৰ আক্ৰমণ ।এজন লোক আহত ।

নুমলীগড়ত পুনৰ হাতীৰ আক্ৰমণ । আজিৰ দিনটোতে হাতীয়ে পুনৰ আক্ৰমণ কৰিলে এজনক । হাতীৰ আক্ৰমণ ত আহত পাপু মাজি নামৰ এজনক । তেওঁ ক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনা টো সংঘঠিত হৈছে চাৰি নং ৰংবং ত । 

উল্লেখ্য যে আজিৰ দিনটোতে পুৱাৰ ভাগত হাতীৰ আক্ৰমণত দেইথৰত এগৰাকী মহিলাৰ মৃত্যু হৈছে। বন্যহস্তীক লৈ আতংকিত গঞা।