ডিব্ৰুগড় জিলাৰ খোৱাং সংহত শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত সমাজ কল্যান বিভাগৰ ডিব্ৰুগড় জিলাৰ গজপুৰীয়া চাৰ্কোলৰ চেপন ১২নং লাইন অঙ্গনৱাদী কেন্দ্ৰত পোষন মাহ।কাৰ্য্যসূচী অনুষ্ঠিত হয়। কাৰ্য্যসূচীত মৰাণ ৰাজহ চক্ৰ বিষয়া সুৰ্বনা সোনোৱাল , পাপৰি বুঢ়াগোঁহাই, চেপন গাওঁ পঞ্চায়তৰ সভাপতি দীপক তাঁতী, অতিথি হিচাবে অংশ গ্ৰহন কৰে। অনুষ্ঠানত গজপুৰীয়া চাৰ্কোলৰ বিভিন্ন অঙ্গনৱাদী কেন্দ্ৰ ৰ সহায়িকা আৰুকৰ্মী ৰ মাজত পোষন খাদ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত বিভিন্ন জনে পোষন খাদ্যৰ লগত সংগতি ৰাখি বক্তব্য প্ৰদান কৰে।