মৰিগাঁও জাগীৰোডত ২ জেহাদী লিংকমেনক জেৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জিপি সিঙৰ।তিনি জিলাৰ পৰা সোমবাৰলৈ মুঠ ১১জেহাদী লিংক মেনক  গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত