তিনিচুকীয়া জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা গীতৰ শুভ উন্মোচন তিনিচুকীয়া জিলা প্ৰশাসনৰ ।

গীতটোৰ পৰিকল্পনা শ্ৰী নৰসিং পৱাৰ, প্ৰযোজক আৰু পৰিচালনা শ্ৰী সঞ্জয় খৈতান। গীতৰ কথা কৌস্তভমণি শইকীয়া দত্তৰ। কন্ঠ নিলাক্ষী ভূঞা (সহকাৰী আয়ুক্ত, তিনিচুকীয়া) আৰু পূৰ্ণেন্দু দাস। সংগীত ব্যৱস্থাপনা পৰাগ বৰা