কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছে। "পিএফআই আৰু ইয়াৰ সহযোগী মৰ্চাসমূহে এটা আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে মুকলিকৈ কাম কৰি আহিছিল৷ কিন্তু, তেওঁলোকে দেশৰ গণতন্ত্ৰৰ ধাৰণাটোক ভেঙুচালি কৰাৰ দিশত কাম কৰাৰ লগতে সমাজৰ এটা বিশেষ শ্ৰেণীক উগ্ৰপন্থী সজাবলৈ আৰু দেশৰ সাংবিধানিক কৰ্তৃত্ব আৰু গঠনৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰিবলৈ এক গোপন কাৰ্যসূচীক অনুসৰণ কৰি আহিছে,” চৰকাৰী অধিসূচনাখনত এইদৰে উল্লেখ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
29 September 2022
শৰৎৰ আগমনে পৰ্যটকক হাত বাউলি মাতিছে মাজুলীয়ে।
29 September 2022
মাজুলী চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰত পৰ্যটক সকলৰ বাবে মুখা ভাওনা পদৰ্শন কৰি...
দ'লবাগান উ: মা: বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান সন্দৰ্ভত আলোচনা সভা ।
১৯১৯ চনত স্থাপিত নাজিৰা সমষ্টিৰ অন্যতম শিক্ষানুষ্ঠান দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শযবৰ্ষ...
વડગામ તાલુકાના હરદેવાસણા ગામ ખાતે પ્રાથમિક શાળામાં વિજ્ઞાન મેળો યોજાયો..
વડગામ તાલુકાના હરદેવાસણા ગામ ખાતે પ્રાથમિક શાળામાં વિજ્ઞાન મેળો યોજાયો..
उद्योग नगर थाना क्षेत्र के प्रेम नगर में करंट लगने से 5 लाख का मुआवजा बिजली विभाग और 5 लाख चिरंजीवी योजना से मुआवजे का एलान कोटा
उद्योग नगर थाना क्षेत्र के प्रेम नगर में करंट लगने से युवक की मौत के बाद पुलिस ने करवाया...