নামনি মাজুলীৰ আগশাৰীৰ বহুমুখী সাংস্কৃতিক মহাবিদ্যালয় আৰু সাংস্কৃতিক ক্ষেত্ৰ মাজুলীৰ সহযোগত ১০ জুলাইৰ পৰা অনুষ্ঠিত সত্ৰীয়া নৃত্য আৰু খোল বাদন কৰ্মশালাৰ সামৰণি পৰে ৷ এই উপলক্ষে অনুষ্ঠিত সামৰণি অনুষ্ঠানত ন শিকাৰু সকলে পৰ্দশন কৰা সত্ৰীয়া নৃত্য আৰু খোংবাদনে উপস্থিত সকলোকে আপ্লুত কৰে। এই উপলক্ষে অনুষ্ঠিত আয়ম্বৰপূৰ্ণ সভাখনৰ সভাপতিত্ব কৰে পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰবক্তা ভৱেন কাকতিয়ে ৷ শংকৰজ্যোতি বহুমুখী মহাবিদ্যালয়ৰ উপাধ্যক্ষা ইভাৰানী গোস্বামীয়ে আঁট ধৰা সভাৰ বন্তি প্ৰজ্বলন কৰে বিৰেন শৰ্মাই ৷ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ বৰগীতিৰে সভাৰ শুভাৰম্ভ হয় ৷ মুখ্য অতিথি হিচাপে বক্তব্য ৰাখে মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়াই ৷ অনুষ্ঠানত ঝমুৰ নৃত্য ,গোপী নৃত্য পৰ্দশিত কৰে ছাত্ৰছাত্ৰীয়ে ৷ বহুকেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰা সভাখন ৰাষ্ট্ৰীয় সংগীতেেৰে সামৰণি পৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फाइनेंस कम्पनी के कर्मचारी के साथ हुई लूट का धौलपुर पुलिस ने 7 दिन में किया पर्दाफ़ाश
धौलपुर
फ़रीद खान
धौलपुर पुलिस को मिली बड़ी कामयाबी। फायनैन्स कर्मी के साथ हुई लूट का, 7 दिन...
Android Smartphone की डिस्प्ले टीवी पर कास्ट कैसे करें, ये है आसान सा प्रोसेस
एंड्रॉइड स्मार्टफोन में डिस्प्ले को टीवी पर कास्ट करने के लिए फीचर दिया जाता है स्क्रीन कास्ट...
दिल्ली-मुंबई एक्सप्रेस वे भीषण हादसा, खड़े ट्रक में जा घुसी तेज रफ्तार कार,हादसे रुकने का नाम नहीं ले रहे
दिल्ली-मुंबई एक्सप्रेस वे पर हादसे रुक नहीं रहे है. दिल्ली-मुंबई एक्सप्रेस वे का पहला चरण दिल्ली...
કાલોલ નગરપાલીકા દ્વારા પુનઃ દબાણો હટાવવા
કાલોલ નગરપાલીકા દ્વારા પુનઃ દબાણો હટાવવા માટે ની કવાયતો હાથ ધરવામાં આવી નગરપાલીકા પાસે ઉભી રહેતી...
WhatsApp ने उड़ाई Jio-Airtel-Vi की नींद! कर दिया इस बड़ी सर्विस को फ्री, इन्हें होगा फायदा
WhatsApp ने 1 नवंबर 2024 से व्यवसायों के लिए कस्टमर सर्विस और यूटिलिटी मैसेज को प्रभावी तौर पर...