সোণাৰিৰ নামতোলাত উত্তপ্ত পৰিস্থিতি। নাগালেণ্ডৰ মহিলা ব্যৱসায়ীক প্ৰহাৰৰ অভিযোগ নামতোলাৰ লেচিৰ বিৰুদ্ধে। নাগালেণ্ডৰ মন জিলাৰ টিজিতৰপৰা সোণাৰিত ব্যৱসায়ৰ বাবে অহা মহিলা ব্যৱসায়ীৰপৰা অত্যাধিক নিৰখিত কৰ সংগ্ৰহৰ অভিযোগ লেচিৰ বিৰুদ্ধে। কৰ দিবলৈ অমান্তি হোৱা নগা মহিলা ব্যৱসায়ী বানজাত কন্যাক প্ৰহাৰ কৰাত নামতোলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं