আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা মৰাণৰ তিলৈস্থিত 'কল্যাণ আশ্ৰম' তথা বৃদ্ধাশ্ৰম ত থকা ককা-আইতা সকলৰ সৈতে কিছু সময় মত-বিনিময় কৰাৰ লগতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই লগতে তেখেতসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু সন্থাৰ সদস্য বৃন্দিই আৰু "মৰাণ আঞ্চলিক ছাত্ৰ সন্থা"ৰ তৰফৰ পৰা ককা-আইতা সকললৈ দুপৰীয়া এসাজ আহাৰৰ যোগান ধৰা হয়।
মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণৰ তিলৈস্থিত "কল্যাণ আশ্ৰম" বৃদ্ধাশ্ৰমত ককা-আইতা সকলৰ সৈতে কৰে মত বিনিময়


