আজি দৰঙত আক্ৰান্ত ১০ জন মঙ্গলদৈ, ১৬ জুলাই : ৰাজ্যৰ সমান্তৰালকৈ দৰঙটো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত জিলাখনৰ ১০ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ১৬৪ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ৭২ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে ৯১ জন ইতিমধ্যে সুস্থ হৈ উঠিছে।

দৰঙবাসী ৰাইজক সকলো ধৰuণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।