নাজিৰা সমষ্টিৰ গেলেকীত গেলেকী আৰক্ষী থানাই বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় । অভিযান কালত ৫ শ লিটাৰ সুৰা জব্দ কৰি ঠাইতে ধ্বংস কৰে ।