আজি বিশ্ব পৰ্যটন দিৱস।বিশ্ব পৰ্যটন মানচিত্ৰত স্থান লাভৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম ক্ষেত্ৰ। বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ বাবে প্ৰস্তুত কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ড'চিয়াৰ ইতিমধ্যে অৰ্পন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ হাতত। সকলো ঠিকে থাকিলে আগন্তুক বৰ্ষত ইউনেস্কোৰ হাতত জমা দিব পৰা হ'ব ড'চিয়াৰ। তাৰ পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা । ইফালে চৰাইদেউ মৈদাম ক্ষেত্ৰত ২৫ কোটি টকা বাজেটেৰে অব্যাহত ৰাখিছে আন্তঃগাথঁনিৰ উন্নয়ন। এই সন্দৰ্ভত জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উল্লেখ্য যে আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পৰৱৰ্ত্তী সময়ত পবিত্ৰ সমাধিস্থল হিচাপে পৰিগণিত হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰই ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভূক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশিষ্ট প্ৰত্নতাত্বিক বিশেষজ্ঞ কে চি ন'ৰিয়েলৰ নেতৃত্বত ভাৰত চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ তত্বাৱধানত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ড'চিয়াৰ প্ৰস্তুতিৰ কাম অব্যাহত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निर्जला एकादशी पर जल विभाग ने की जल सेवा: भीषण गर्मी में मिली राहत
बालोतरा, 06 जून। ज्येष्ठ मास की शुक्ल पक्ष की निर्जला एकादशी के पावन अवसर पर, जब भीषण गर्मी अपने...
ગારીયાધાર ના પરિવારના સભ્યનું નોંધણવદર નજીક અકસ્માતનો બનાવ બન્યો
ગારીયાધાર ના પરિવારના સભ્યનું નોંધણવદર નજીક અકસ્માતનો બનાવ બન્યો
સ્વચ્છતા એ આપણો સ્વભાવ હોવો જોઈએ સફાઈની શરૂઆત પોતાનાથી કરવી જોઈએ - દાહોદ જિલ્લા કલેકટર યોગેશ નિરગુડે
સેવા સેતુ કાર્યક્રમ અને સ્વચ્છતા અભિયાનના પ્રસાર - પ્રચાર અર્થે કલેકટરશ્રી યોગેશ નિરગુડેના...
ઠાસરા તાલુકાના એકલવેલું ગામની શાળાના આચાર્ય નો વય મર્યાદા નિવૃત્તિનો ભવ્ય વિદાય સમારોહ યોજાયો.
ઠાસરા તાલુકાના એકલવેલું ગામની શાળાના આચાર્ય નો વય મર્યાદા નિવૃત્તિનો ભવ્ય વિદાય સમારોહ યોજાયો.