চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত হাজুৱা চাহ বাগিচা, তিনিচুকীয়া চাহ বাগিচা আৰু খুমটাই বনমালী ত অবৈধ চুলাই মদৰ বিৰুদ্ধে।অভিজান।চলাই আৰক্ষীয়ে ২৫০ লিঃ মান চুলাই নষ্ট কৰাৰ লগতে ২৫ঃ বিদেশী সুৰা।জব্দ কৰে। অভিযান কালত কেইবাটাও চুলাই ভাটি নষ্ট কৰে।মৰাণহাট।থানাৰ ভাৰপ্ৰাপি বিষয়া অতুল পাটৰ, যান-বাহন পৰিদৰ্শক মইনুল ইছলাম, ৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে বিভিন্ন চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰাৰ লগতে অবৈধ চুলাই ব্যৱসায়িক সকিয়নী প্ৰদান কৰে যাতে ভৱিষ্যতেএনে ব্যৱসায়ৰ পৰা বিৰত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iOS 18: iPhones यूजर्स को मिलें कॉल रिकॉर्डिंग और ट्रांसक्रिप्शन फीचर्स, आखिर क्यों हैं इतने खास
Apple ने अपने सबसे बड़े इवेंट WWDC की शुरुआत कर दी है। इस इवेंट में कंपनी कस्टमर्स के iOS 18 के...
মৰানত ভাৰতীয় সামৰিক বাহিনীৰ জোৱান মনিকান্ত গগৈৰ স্মৃতিচাৰন সভাত অংশ ললে মন্ত্ৰী যোগেন মহনে
মৰানত ভাৰতীয় সামৰিক বাহিনীৰ জোৱান মনিকান্ত গগৈৰ স্মৃতিচাৰন সভাত অংশ ললে মন্ত্ৰী যোগেন মহনে
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচনিয়ে গ্ৰাম্যঞ্চলৰ যুৱকলৈ আনিছে আশাৰ বতৰা
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আচনিয়ে মাজুলীৰ গ্ৰাম্যঞ্চলৰ যুৱকলৈ আনিছে আশাৰ বতৰা ৷
এতিয়া মাজুলীৰ গাঁও...
બનાસકાંઠા અને સાંતલપુર ના સરહદી વિસ્તારમાં પાણીની પાઇપ ફાટતા ખેડૂતો થયા પાયમાલ
બનાસકાંઠા અને સાંતલપુર ના સરહદી વિસ્તારમાં પાણીની પાઇપ ફાટતા ખેડૂતો થયા પાયમાલ