আজিৰে পৰা ডিব্ৰুগড় জিলাৰ টিংখাং চাহ বাগিচাৰ খেলপথাৰত আৰম্ভ হৈছে টিংখাং চাহ বাগিচা চেম্পিয়ন প্ৰাইজমণি ও ট্ৰফি ফুটবল প্ৰতিযোগিতা ২০২২। শুভাৰম্ভি ফুটবল খেলখনত উপস্থিত থাকে টিংখাং সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ ভাতৃ কমল বৰা,টিংখাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক কমল কান্তি দাস, টিংখাং পঞ্চায়তৰ সভাপতি সন্তোষ গগৈ,অসম চাহ মজদুৰ সংঘৰ সভাপতি,সম্পাদক সকলৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Social Viral: सड़क पर घूमता दिखा शेरलोगों की थमी सांसें | Viral | Hindi News
Social Viral: वीडियो जूनागढ का बताया जा रहा है..वीडियो में आप देख सकते हैं कि कैसे एक शेर हाईवे...
চাৰিদুৱাৰত আছুটিয়া শ্ৰেনীকোঠা নিৰ্মানৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ
শোনিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত দুখনকৈ বিদ্যালয়ৰ...
भारत के चहेते कप्तान और प्रशासक कैसे बने Sourav Ganguly? हर एक फैसले में दिखी बंगाल टाइगर की 'दबंगता
पूर्व भारतीय कप्तान और बीसीसीआई अध्यक्ष सौरव गांगुली (Sourav Ganguly) को क्रिकेट वर्ल्ड...
ડીસામાં ધોળા દિવસે બાઇકની ઉઠાંતરી થતાં ચકચાર
ડીસાના બસ સ્ટેન્ડમાં ભરચક વિસ્તારમાંથી સાંજના સમયે બાઇકની ઉઠાંતરી થઈ હોવાની ઘટના સામે આવી છે. જે...
খুমটাইৰ শেনছোৱাত কণমানি শিল্পী তেজস্বিতাৰ পৱিত্ৰ সোঁৱৰণত অনুষ্ঠিত হ'ল সাংস্কৃতিক সন্ধিয়া
মাজুলীৰ তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।...