আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত বাচনঘাট স্বৰ্ণ শাখা সাহিত্য সভাৰ বৰ্ষপূৰ্তি অনুষ্ঠান। শাখা সাহিত্য সভাৰ সভাপতি কুশল বৰাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতেই স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেণ বৰাই । দুপৰীয়াৰ ভাগলৈ অনুষ্ঠিত হয় আজীৱন সভ্যৰ ওলগনি অনুষ্ঠান । বিয়লি অনুষ্ঠিত মুকলি সভাত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত সভাৰ পত্ৰিকা উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে। মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ওপৰিও মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, সম্পাদক পিনাকী ভূষন মহন্ত, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ মহেন্দ্ৰ শইকীয়াৰ লগতে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Meets Lalu Yadav: Congress नेता राहुल गांधी लालू यादव से घर जाकर मिले | Defamation case
Rahul Gandhi Meets Lalu Yadav: Congress नेता राहुल गांधी लालू यादव से घर जाकर मिले | Defamation case
Road Accident: Rolls Royce में सवार थे कारोबारी विकास मालू, 200 की रफ्तार से टैंकर को मारी थी टक्कर
Road Accident: Rolls Royce में सवार थे कारोबारी विकास मालू, 200 की रफ्तार से टैंकर को मारी थी टक्कर
લોકલાડીલા મુખ્યમંત્રી શ્રી ભુપેન્દ્રભાઈ પટેલની સાથે સમસ્ત ગુજરાત મોઢ - મોદી સમાજનો સ્નેહમિલન કાર્યક્રમ ગાંધીનગર ખાતે યોજાયો
જેમાં સમસ્ત ગુજરાત મોઢ - મોદી સમાજ ગુજરાતના પ્રમુખ શ્રી સોમાભાઇ મોદી , કેબિનેટ મંત્રી શ્રી...