চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে চিন্তন বৈঠক। চিন্তন বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰী, উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰাৰ লগতে অংশ লৈছে সদগুৰু আৰু আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে । কাজিৰঙাত অনুষ্ঠিত চৰকাৰৰ চিন্তন বৈঠকক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে চৰাইদেউৰ মাহমৰাত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও সমালোচনা কৰা পৰিলক্ষিত হয়। সদগুৰু আৰু আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই চিন্তন বৈঠক দিল্লীক সন্তুষ্ট কৰিবলৈ অনুষ্ঠিত কৰা বুলিও সমালোচনা কৰে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে। "সদগুৰুৰ অসম আগমনতো যে ডাঙৰ ৰসহ্য থাকিব সেই কথা সময়ত প্ৰমাণিত হ'ব। কিয়নো পুৰ্বতে ৰাম দেৱক অসমলৈ অদৰণি জনাই খেতি কৰাৰ বাবে মাটি দি দিছে, আদানীক আদৰণি জনাই বিমান বন্দৰ দি দিছে। মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰতিটো কথা বতৰা কাম কাজ কৰে কেৱল নিজক দিল্লীত প্ৰতিষ্ঠা কৰিবলৈ। নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ"। এতিয়াও মুখ্যমন্ত্ৰীয়ে যিকোনো কামেই কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रामनवमी की पूर्व संध्या पर दो गुटों के बीच झड़प; पथराव, आगजनी और बमबाजी
छत्रपति संभाजीनगर.:
रामनवमी (RamNavami) की पूर्व संध्या पर अब छत्रपति संभाजीनगर के...
GCS હોસ્પિટલ ખાતે આજરોજ બુસ્ટ યોર કેરિયર વિથ પેરામેડિકલ & હેલ્થ કેર પ્રોફેશનલ કોર્સિસ માટે સેમિનાર
GCS હોસ્પિટલ ખાતે આજરોજ બુસ્ટ યોર કેરિયર વિથ પેરામેડિકલ & હેલ્થ કેર પ્રોફેશનલ કોર્સિસ માટે...
આટકોટ કૈલાસનગર વિસ્તારમાં મારામારી બનાવ બન્યો પોલીસ ફરીયાદ નોંધાય
આટકોટ કૈલાસનગર વિસ્તારમાં મારામારી બનાવ બન્યો પોલીસ ફરીયાદ નોંધાય