ডুমডুমা ব্ৰাহ্মণ সমাজৰ উদ্যোগত ডুমডুমা অসমীয়া পূজা তথা নাট্য মন্দিৰত মহালয়া আয়োজন। শুভ মহালয়া🙏