পুৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰ গাওঁ পঞ্চায়ততৰ সভাপতিৰ ময়মতালি অভিযোগ।অবৈধ ভাবে নাও ঘাট আবন্তন দিয়াৰ অভিযোগ।নাও ঘাট আবন্তন দিয়াৰ নামত বহু পৰিমাণৰ টকাৰ লেনদেন হোৱাৰ অভিযোগ ৰাইজৰ।নিবিদা অবিহনে নাও ঘাট আবন্তন দিয়ে ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাবুলুৰ ৰহমানে। এই অভিযোগ উত্থাপিত হৈছে পঞ্চায়ত খনত ।বছৰ বছৰ ধৰি মছজিদ আৰু মাদ্ৰাছা পৰিচালনা সমিতিয়ে চলাই থকা নাও ঘাট টি আচম্বিত ভাবে কোনো জাননী নিদিয়াকৈ অবৈধ ভাবে ব্যক্তিগত এজন ব্যক্তিক প্ৰদান কৰা কাৰ্যক মছজিদ আৰু মাদ্ৰাছা পৰিচালনা সমিতিয়ে বিৰোধ কৰা পৰিলক্ষিত হ'ল।এই পাৰ ঘাট টি নতুনকৈ নিবিদা দিয়াৰ ক্ষেত্ৰত খন্ড উন্নয়ন বিষয়া আৰু জিলা উন্নয়ন বিষয়াৰ অলক্ষিতে খোদ সভাপতি আৰু ওন্দোলাঝাৰ গাওঁ পঞ্চায়তৰ সচিবে আবন্তন দিয়া বুলি অভিযোগ স্থানীয় ৰাইজৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रतिबंधित साफ्टवेयर से टिकट बनाना पड़ा महंगा मामला आजमगढ़
जनपद आजमगढ़ में,प्रतिबंधित साफ्टवेयर से टिकट बनाना पड़ा महंगा आरोपी गिरफ्तार।मालूम होकि जनपद आजमगढ़...
देव, घैसास, कीर महाविद्यालयात जनजाती गौरव दिवस साजरा
रत्नागिरी : भारत शिक्षण मंडळाच्या देव,घैसास, कीर वरिष्ठ महाविद्यालयात भगवान बिरसा मुंडा जयंती...
মৰাণ আৰক্ষী থানাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী
মৰাণ আৰক্ষী থানাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বাইক ৰেলী
खुशखबरी! Apple MacBook Air M2 की कीमत में कटौती का एलान, अब इतने में करें 13-inch लैपटॉप की खरीदारी
13 inch MacBook Air M2 को लेकर एपल ने एक बड़ा एलान किया है। MacBook Air M3 लॉन्च के साथ कंपनी 13...