নাজিৰা সমষ্টিৰ ৰমণী মণ্ডলৰ ৰমণী পঞ্চায়তৰ বৰবাইলুং গাঁৱৰ ১২১ নং বুথৰ সভানেত্ৰী নয়নমণী বাইলুৰ বাসগৃহত প্ৰধানমন্ত্ৰীৰ মন কি বাতৰ অনুষ্ঠান আয়োজন কৰাৰ লগতে ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উদযাপন । উপস্থিত থাকে বিজেপি শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাই, শিৱসাগৰ জিলাৰ অবিচি মৰ্চাৰ উপ সভাপতি অমৰজ্যোতি গগৈ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কংগ্ৰেছত আন এক মোক্ষম আঘাত; প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি ৮জন বিধয়াকৰ বিজেপিত যোগদান
জনসাধাৰণৰ মাজত হেৰুওৱা বিশ্বাসযোগ্যতা পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলে দেশত আৰম্ভ কৰা ‘ভাৰত...
China ने Fatah और Hamas में मीटिंग क्यों कराई, Israel Palestine Conflict पर क्या असर होगा?
China ने Fatah और Hamas में मीटिंग क्यों कराई, Israel Palestine Conflict पर क्या असर होगा?
Complete 20 Min ABDOMINAL WORKOUT. Follow Along
Complete 20 Min ABDOMINAL WORKOUT. Follow Along
"৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই" টাইপা
কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে ৬ জনগোষ্ঠীৰ...