উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত আজি ‘ৰক্তদান শিবিৰ’ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়৷পুৱা ১১ বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰক্তদান সম্পৰ্কে মাজুলীৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ মানিক মিলি উপস্থিত থাকি স্বেচ্ছাকৃত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে সকলোকে আহ্বান জনাই৷ লগতে তেখেতে ৰোগীক জৰুৰীকালীন ৰক্ত যোগান ধৰি সহায় কৰিবৰ বাবে স্বেচ্ছাকৃত ৰক্তদানৰ লক্ষ্য সফলভাৱে অৰ্জন কৰা, দান কৰা ৰক্তসমূহ ব্লাড বেংকত জমা কৰি ৰাখি কোনো জৰুৰীকালীন আৰু গুৰুতৰ পৰিস্থিতিত যোগান ধৰা, ৰক্তদাতা সকলৰ আত্মসন্মানক মৰ্যাদা তথা গুৰুত্ব প্ৰদান কৰি যথোচিত কৃতজ্ঞতা প্ৰকাশ কৰা, যি সকললোক ৰক্তদান কৰিবলৈ আগ্রহী আৰু স্বাস্থ্যবান তেনে লোকক অনূপ্ৰাণিত আৰু উৎসাহ যোগোৱা, যিসকল ব্যক্তি কেৱল নিজৰ পৰিয়ালৰ লোক অথবা বন্ধূ-বান্ধৱকহে ৰক্তদান কৰাত ইচ্ছুক, তেনে ব্যক্তিক স্বেচ্ছাকৃত ভাৱে ৰক্ত দান কৰিবলৈ প্রেৰণা যোগোৱা আদি বিষয়সমূহ দাঙি ধৰি বক্তব্য প্ৰদান কৰে৷ সজাগতা সভাখনত স্থানীয় দল সংগঠনৰ প্ৰতিনিধি, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Unpacked 2024: सैमसंग के इवेंट में लॉन्च होंगे कई नए डिवाइस, Galaxy Z Fold 6 की भी हो रही एंट्री
Samsung अनपैक्ड इवेंट में कई नए डिवाइस को लॉन्च किया जाएगा। कंपनी इस इवेंट को 10 जुलाई को पेरिस...
वेट गेन और ब्लोटिंग का कारण बनता है दूध! जानें इससे जुड़े ऐसे ही कुछ आम मिथक और उनकी सच्चाई
दूध हमारी सेहत के लिए काफी गुणकारी होता है। इसे पीने से ढेर सारे फायदे मिलते हैं। कैल्शियम...
Gold Rally Reason: October में सोने ने दिया 7% का रिटर्न, 7 महीने की इस तेजी के पीछे क्या है वजह?
Gold Rally Reason: October में सोने ने दिया 7% का रिटर्न, 7 महीने की इस तेजी के पीछे क्या है वजह?
Period Pain या दर्द में Meftal खाते हैं तो सावधान हो जाइए, सरकार ने ये अलर्ट जारी किया!| Health news
Period Pain या दर्द में Meftal खाते हैं तो सावधान हो जाइए, सरकार ने ये अलर्ट जारी किया!| Health news