চৰাইদেউৰ প্ৰকৃতিপ্ৰেমী তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সাপেখাটী মণ্ডলৰ ১১৭ নং বুথত বুথ সমিতিৰ কাৰ্যকৰ্তা আৰু শুভাকাংশী সকলৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় "মন কী বাত" অনুষ্ঠানত অংশগ্ৰহণ

দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয় "মন কী বাত" আজিৰ এই অনুষ্ঠান বিপুল ৰাইজৰ সমাগম ঘটে । অনুষ্ঠানত বিজেপিৰ সাপেখাটী মণ্ডলৰ ১১৭ নং বুথৰ সভাপতি পান্নালাল আৰ্চায, সাপেখাটী গাওঁ পঞ্চায়তৰ সভাপতি দিলীপ দত্ত, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাসক সদস্য জ্যোতিষ কোঁৱৰ, সাপেখাটী মণ্ডলৰ চাহ মৰ্চাৰ সভাপতি তপন টুডু, জিলা মেডিয়া চেলৰ আহ্বায়ক বিজয় গগৈ, যুৱ মৰ্চাৰ সাপেখাটী মণ্ডলৰ সম্পাদক অভিজিৎ ফুকন ডাঙৰীয়াৰ লগতে কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।