বিগত বছৰ বছৰ চাকৰি কৰিও পেঞ্চনৰ পৰা বঞ্চিত একাংশ শিক্ষক৷ ২০১৩ চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ হৈছে এই পৰিস্থিতি৷ আজিও নাপালে গ্ৰেচুইটিৰ ধন৷ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ দাবী৷ নতুন পেঞ্চন নীতি প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন নীতিত অন্তৰ্ভূক্ত কৰক। লগতে বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Black and White: गरबा में जाना मुस्लिमों का संवैधानिक अधिकार ? | Gujarat News | Bajrang Dal | VHP
Black and White: गरबा में जाना मुस्लिमों का संवैधानिक अधिकार ? | Gujarat News | Bajrang Dal | VHP