আজি শুভ মহালয়া । নিশাৰ পৰাই হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী ৰাজপথলৈ ওলাই আহিছে ৰাইজ । যিহেতু যোৱা দুবছৰে কভিড মহামাৰীৰ বাবে উৎযাপন কৰিব পৰা নাছিল দুৰ্গ উৎসৱ আৰু মহালয়া । কভিডৰ বাবে বিভিন্ন ধৰণৰ নিয়ম - নীতি বান্ধি দিয়া হৈছিল । কিন্তু এইবাৰৰ মহালয়াত মা দুৰ্গাক আদৰিবলৈ নিশাৰ পৰাই শ শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अपने लिए ही नहीं, अपितु प्रकृति के इन मूक प्राणियों के लिए भी दिखाएं सहानुभूति - नागर
अपने लिए ही नहीं, अपितु प्रकृति के इन मूक प्राणियों के लिए भी दिखाएं सहानुभूति - नागरबून्दी। बढ़ती...
ગણેશ ચતૂર્થીના પાવન અવસરે હનુમંત હોસ્પિટલ ખાતે ભવ્ય ગણેશ ઉત્સવના ઉજવામાં આવ્યો
ગણેશ ચતૂર્થીના પાવન અવસરે હનુમંત હોસ્પિટલ ખાતે ભવ્ય ગણેશ ઉત્સવના ઉજવામાં આવ્યો
দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চিলাপথাৰ কেন্দুগুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমদল কাৰ্যসূচী
দেশৰ ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে চিলাপথাৰ কেন্দুগুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমদল...
'जय श्री राम' के जयकारों से गूंज रहा दिल्ली का जहांगीरपुरी, शोभायात्रा के बीच भारी फोर्स तैनात
Hanuman Jayanti 2023 देशभर में हनुमान जयंती का त्योहार धूमधाम से मनाया जा रहा है। हनुमान...