চৰাইদেউ জিলা চাহ জনগোষ্ঠী উন্নয়ন মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰঙাবাম ৰাজহুৱা প্ৰেক্ষাগৃহত পোন প্ৰথমবাৰৰ বাবে কৰম সন্মিলনখন অনুষ্ঠিত কৰা হয়। চাহ জনগোষ্ঠীৰ জাতীয় কৃষি ভিত্তিক উৎসৱ কৰম পৰৱে জনগোষ্ঠীটোৰ স্বকীয় পৰম্পৰাক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। চাহ জনগোষ্ঠীৰ জাতীয় কৃষ্টি, সংস্কৃতিৰ পৰিচয় বহন কৰা সমন্বয়ৰ সাংস্কৃতিক বান্ধোনেৰে অসমীয়া বাৰেৰহনীয়া সংস্কৃতিক এই কৰম উৎসৱে জীপাল কৰা বুলি মন্তব্য কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উল্লেখ্য যে, ৰঙাবাম ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰম পৰৱৰ মুকলি সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা,বিশিষ্ট সমাজকৰ্মী শিক্ষক ৰমাকান্ত ভক্ত , মৰাণ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আত্মৰাম কুমাৰ, চৰাইদেউ জিলা চাহ মৰ্চাৰ সভাপতি বিজয় ভুমিজ, বিশিষ্ট চিকিৎসক সমাজকৰ্মী ডাঃ দীপক তাছা, চৰাইদেউ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি চন্দন ঘাটোৱাৰ, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কোঁৱৰ, সোণাৰি পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত গিৰীন গগৈ, উদয়শ্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী জুলি ভূমিজ, কাকতিবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী শেৱালি দিহিঙ্গীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Shahaji Bapu Patil यांनी सांगितलं Harshvardhan Patil लहानपणापासूनच होते चिडके, नेमकं काय म्हणाले?
Shahaji Bapu Patil यांनी सांगितलं Harshvardhan Patil लहानपणापासूनच होते चिडके, नेमकं काय म्हणाले?
World Cup 2023: Australia की आज तीसरी जीत ? Netherlands के ये खिलाड़ी पलटेंगे मैच | वनइंडिया हिंदी
World Cup 2023: Australia की आज तीसरी जीत ? Netherlands के ये खिलाड़ी पलटेंगे मैच | वनइंडिया हिंदी
वर्तमान समय में पर्यावरण हेतु वन क्षेत्र का विस्तार के लिए पौधारोपण आवश्यक
वर्तमान समय में पर्यावरण हेतु वन क्षेत्र का विस्तार के लिए पौधारोपण आवश्यकराजकीय महाविद्यालय...
सोलापूर विद्यापीठाच्या कुलगुरूपदी प्रा. डॉ. राजेश गादेवार यांची नियुक्ती!
सोलापूर - पुण्यश्लोक अहिल्यादेवी होळकर सोलापूर विद्यापीठाच्या प्र कुलगुरूपदी नागपूर येथील...