এতিয়াৰে পৰা ইংৰাজী ১ জানুৱাৰী ২০২২ তাৰিখক ভিত্তি বৰ্ষ লৈ প্ৰস্তুত কৰা নহয় ফটোযুক্ত ভোটাৰ তালিকাৰ ।বছৰত চাৰিটা তাৰিখত সংশোধনী কৰিব পাৰিব ভোটাৰ তালিকা । এই প্ৰক্ৰিয়াটোক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে দৰং জিলা প্ৰশাসনে আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰি বিশদভাৱে জানিবলৈ দিয়ে । জিলাৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা আৰু নিৰ্বাচন বিষয়া প্ৰাঞ্জল প্ৰান শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলত জানিবলৈ দিয়ে যে ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ যিকোনো এটা তাৰিখত ১৮ বছৰ হলেই আবেদন কৰিব পাৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তৰ বাবে । এই সংশোধীত চুড়ান্ত ভোটাৰ তালিকা ২০২৩ চনৰ ৫ জানুৱাৰী তাৰিখে প্ৰকাশ পাব । সবিশেষ জানিবলৈ www.nsvp.in ৱেবছাইট চাব পাৰিব ।l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राष्ट्रीय समाज पक्षाच्या बीड युवक जिल्हा अध्यक्षपदी तुषार उंबरे यांची निवड
राष्ट्रीय समाज पक्षाच्या विविध ठिकाणी शाखा स्थापन करणार , उंबरे
बीड...
ચોટીલા હાઈવે પરથી અજાણ્યા પુરૂષની લાશ મળી
ચોટીલા હાઇવે ખીમોઇ હોટેલ સામે રોડની બાજુમાં ભિક્ષુક જેવા વ્યક્તિ સૂતેલા હોવાનું જણાય આવ્યા હતા....
मच्छर जनित बीमारियों की रोकथाम के लिए जिले में संयुक्त निदेशक जोन चिकित्सा एवं स्वास्थ्य विभाग डॉ. कमलेश चौधरी ने किया आकस्मिक निरीक्षण
बालोतरा, 17 अक्टूबर । मच्छरजनित बीमारियों के नियंत्रण एवं रोकथाम के लिए जिले में संयुक्त निदेशक...
Ultratech Cement Q4 Results Explained | आंकड़ों की वजह से आज जमकर दौड़ेगा ये Stock? | Anuj Singhal
Ultratech Cement Q4 Results Explained | आंकड़ों की वजह से आज जमकर दौड़ेगा ये Stock? | Anuj Singhal
তিনিচুকীয়া জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ দ্বাৰা জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান
তিনিচুকীয়া জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ দ্বাৰা জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান