পৰিবহন বিভাগৰ নতুন guideline

👉পৰিবহন বিভাগৰ নতুন guideline অনুসৰি এতিয়াৰেপৰা প্ৰতিখন স্কুল বাছত থাকিব লাগিব CCTV আৰু GPS, First-Aid box, অগ্নিনিৰ্বাপক যন্ত্ৰও বাধ্যতামূলক প্ৰতিখন স্কুল বাছত। 

👉স্কুলবাছসমূহৰ ৰং হালধীয়া হোৱাটোও কৰা হৈছে বাধ্যতামূলক। 

👉চলি থকা অৱস্থাত গাড়ীসমূহৰ দুৱাৰ বন্ধ কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষ হ'ব লাগিব সষ্টম।  

👉প্ৰতিখন গাড়ীত লগাব লাগিব speed governor মেচিনো। 

👉এই বিষয়সমূহ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে ছাত্ৰ ছাত্ৰী সকলক যান বাহন আইন সন্দৰ্ভত কিছু আভাস দিয়াৰ উদ্দেশ্যে আজি দিছ্পুৰত অৱস্থিত শ্ৰীমন্ত শংকৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত DTO গৌতম দাস, লগত সংগ দিয়ে Enforcement DTO হিমাংশু দাসৰ লগতে MVI জয়ছিং ৰংফাৰ আৰু কানাই মহন্তই।