➡️মাধৱদেৱ বিশ্ববিদ্যালয় কপাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।

➡️বিশ্ববিদ্যালয় ঘোষণা তিনিটা বৰ্ষ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত নহ'ল স্নাতকোত্তৰ পাঠ্যক্ৰম।

➡️স্নাতকোত্তৰ পাঠ্যক্ৰম শ্ৰীঘ্ৰে আৰম্ভ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।

➡️মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা অভিজিৎ হাজৰিকা লাইভ।