দীঘিৰপাৰৰ ডাঁহী বনিয়াপাৰাৰ মৰ্মান্তিক কৰুণ হৃদয় বিদাৰক ঘটনা এয়া ৷

সাধাৰণ বেমাৰত চিকিৎসকৰ ওচৰলৈ নিছিল শিশুটিক ৷

চিকিৎসকৰ পৰামৰ্শত ঔষধ ব্যৱহাৰ কৰি শাৰিৰিক সক্ষম হেৰুৱালে শিশুটিয়ে ৷

শিশুটিক চিকিৎসাৰ বাবে বিক্ৰী গ'ল মুন্না বনিয়াৰ পৰিয়ালৰ আ-অলংকাৰ , মাটি-বাৰী আৰু গৰু- ছাগলী ৷

উপায়ন্তৰ দূৰ্ভগীয়া পৰিয়ালটিয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে ৷

যদি আপুনিও শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰে তেনেহলে শিশুটিৰ মাতৃ জিন্তি মনি ৰাজবংশীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ডাঁহী শাখাত থকা *7064026004813* নম্বৰৰ একাউণ্টত দিব পাৰিব ৷ IFSC CODE --UTBI0RRBAGB