আজি পূৱাৰ ভাগত নলবাৰী জিলাৰ নাৰপাৰাত বাবন কলিতা নামৰ এজন বিজেপিৰ কৰ্মী নিৰ্মানৰত নলবাৰী মেডিকেল কলেজৰ এখন বাহনৰ খুন্দাত মৃত্যু হৈছিল৷বিয়াল্লিছ বছৰীয়া লোকজনৰ মৃতদেহ আজি বিয়লি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পৰা মৰনোত্তৰ পৰীক্ষা কৰি নিজ গাওঁ বৰধনৰালৈ অনাত শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷অৱশেষত ক্ষোভিত ৰাইজে ক্ষতিপূৰণ তথা মৃত লোকজনৰ পত্নীক এটি চাকৰি দিয়াৰ বাবে দাবী তুলি ঘগ্ৰাপাৰ দামোদৰ ধাম পথ অৱৰোধ কৰে৷অৱশেষত ঘটনাস্থলীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী তথা সমাজসেৱিকা জুলি ডেকা বৰুৱা উপস্থিত হৈ ক্ষোভিত ৰাইজ তথা পৰিয়াল বৰ্গক শান্তনা দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા : દિયોદર માં આમ આદમી પાર્ટી માં મોટું ભંગાણ
બનાસકાંઠા : દિયોદર આમ આદમી પાર્ટી માં મોટું ભંગાણ
આમ આદમી પાર્ટી ના 100 થી વધારે કાર્યકરો ભાજપ...
Mr. Rajesh Khatri and Mr. Hannes Schroder launching Sanosan premium baby skin care kit in India
Mr. Rajesh Khatri and Mr. Hannes Schroder launching Sanosan premium baby skin care kit in India
पुतिन की पीठ में छुरा घोंपा, प्लेन क्रैश में मौत, पूरी दुनिया में हड़कंप | Wagner | Duniyadari E910
पुतिन की पीठ में छुरा घोंपा, प्लेन क्रैश में मौत, पूरी दुनिया में हड़कंप | Wagner | Duniyadari E910
চৰাইদেউ বিদ্যুৎ গ্ৰহকলৈ আহ্বান
ইয়াৰ দ্বাৰা চৰাইদেউ বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্ভুক্ত সকলো উপভোক্তাক জনোৱা হয় যে অহা ইংৰাজী...
চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ কাব্য সংকলন "লেচেৰী" উন্মোচন ও সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
ধেমাজি জিলাৰ অন্তৰ্গত অন্যতম এখন আগশাৰীৰ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এখনি...