অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ সৌজন্যত সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণীত প্ৰথম বাৰৰ বাবে মৰাণত আয়োজিত অঃ জাঃ যুঃ ছাঃ পঃ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলত মৰাণ জিলা দলে বোকাখাট জিলাক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানটোত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এটা ভাইৰেল ভিডিঅ, সন্তানক মোবাইল দিয়াৰ পূৰ্বে এশ বাৰ ভাবক
এটা ভাইৰেল ভিডিঅ,নক মোবাইল দিয়াৰ পূৰ্বে এশ বাৰ ভাবক
Article 370 abrogation a visionary step by PM Modi led govt: Tarun Chugh
BJP National general secretary and incharge Jammu and Kashmir Tarun Chugh on Tuesday said that...
મેટ્રો પર અસામાજિક તત્વોએ લખાણ કર્યું
#buletinindia #gujarat #ahmedabad